এশ এবিধ শাক - পাচলিৰ নাম :-



 ব'হাগ বিহুত খোৱা এশ এবিধ শাকৰ পাচলি নাম জানো আহক :-


১)  মৰিচা 

২) কলমৌ

৩)  পালেং

৪) ঢেঁকীয়া

৫) চেংমৰা 

৬) মাটিকাদুৰী

৭) ভাত মেটেকা 

৮) বৰপূৰৈ

৯) লচকচি 

১০) মৰান আদা

১১) কণা শিমলু 

১২) চাঙেৰি টেঙা

১৩) মধুসোলেং 

১৪) লৰবৰুৱা

১৫) ঠুটনিবন 

১৬) হেলচি শাক

১৭)  জাতিলাও

১৮)ৰঙালাও

১৯) মেচাকি 

২০) নলচুপহি

২১) মেজেঙা 

২২) কচলু

২৩) বাবৰি 

২৪) বালিবাবৰি

২৫) লফা 

২৬)চুতিয়া লফা

২৭) চৈ 

২৮) ৰঙালাও

২৯) লাই 

৩০) মেমেধু

৩১) বেঙেনা 

৩২) কটাৰি ডবুৱা মাহ

৩৩) ঢলা পালেং 

৩৪) খুতুৰা

৩৫) মাটিমাহ 

৩৬) কেৰেলা

৩৭)জালুক 

৩৮) জিকা

৩৯) তিতা কেৰেলা 

৪০) ধুন্দুলি

৪১) ভোল 

৪২) বিলাহি

৪৩) ভাত কেৰেলা 

৪৪) কলীয়া কচু

৪৫) এডলীয়া কচু 

৪৬) তিল

৪৭) ববচা 

৪৮) নীলকন্ঠ

৪৯)কাৰ্শলা বন 

৫০) দীঘলতি

৫১)লেহেতি 

৫২) বনমৰা

৫৩) দূবৰি 

৫৪) তুলসী

৫৫)বৰ মানিমুনি 

৫৬)সৰুমানিমুনি

৫৭) কুকুৰ সুতা 

৫৮) শেলুক

৫৯) তেঁতেলী 

৬০) ভেদাই লতা

৬১) মালভোগ 

৬২) পনৌনৱা

৬৩) তিতাবাহেক 

৬৪) টংলতি

৬৫)টিকনী বৰুৱা 

৬৬) কেকৈ টেঙা

৬৭) জিলিমিলি 

৬৮) থেৰেজু

৬৯) টুবুকী লতা 

৭০) হেটভেলা

৭১)গাজবিৰিণা 

৭২) বৰহমথুৰি

৭৩)কেহৰাজ 

৭৪)কেহেৰু

৭৫) জেটুলি পকা 

৭৬) মাদুৰিবন

৭৭)বৰথেকেৰা 

৭৮) মহানিম

৭৯) নহৰু 

৮০) বনজালুক

৮১)বেতগাজ 

৮২) হাতীভেকুৰি

৮৩) কঠনা 

৮৪) ওলকচু

৮৫) তিতাফুল 

৮৬) লাইজাবৰি

৮৭) বকুল 

৮৮) ঔটেঙা

৮৯) পুৰৈ 

৯০) মচন্দৰি

৯১) দোৰোণ 

৯২)ভেদাইলতা

৯৩)কাঠ আলু 

৯৪)লং

৯৫)গুৱামালি 

৯৬) হাঁচিয়তী

৯৭) পাতিসোন্দা 

৯৮) ভীমৰাজ বন

৯৯) শুকলতি 

১০০) তিতামৰা

১০১) টেঙেচি ।

Post a Comment

0 Comments